মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State AIDS Control Society

যৌন সংক্ৰামিত সংক্ৰমণ

যৌন সংক্ৰামিত সংক্ৰমণ/প্ৰজনন পথৰ সংক্ৰমণ সেৱাসমূহ ( এছ টি আই/আৰ টি আই):

এই সেৱাৰ অধীনত চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু অসামৰিক চিকিৎসালয় সমূহত নিৰ্দিষ্ট যৌন সংক্ৰামক সংক্ৰমণ ( এছ টি আই)প্ৰজনন পথৰ সংক্ৰমণ (আৰ টি আই) ক্লিনিক (ডি এছ আৰ ডি) সমূহ প্ৰতিষ্ঠা কৰা হৈছিল য`ত ৰোগী সকলক প্ৰাথমিক পৰীক্ষা আৰু এইচ আই ভি সংক্ৰমণক উল্লেখনীয়ভাৱে হ্ৰাস কৰিব পৰা এছ টি আই/আৰ টি আইৰ কাৰ্য্যকৰী চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰা হয়। ইয়াৰোপৰি, এছ টি ডি ৰোগীসকল এইচ আই ভি সংক্ৰমণ আহৰণ বা সংক্ৰামিত কৰাত অধিক দুৰ্বল। এন জি ও স্থাপিত টি আই প্ৰকল্প সমূহেও এইচ আৰ জি সমূহলৈ এছ টি আই সেৱাসমূহ আগ বঢ়ায়। বৰ্তমান ৰাজ্যত ২৮ টা ডি এছ আৰ চিয়ে কাম কৰি আছে।

মনোনিত এছ টি আই ক্লিনিকৰ তালিকা :

ক্ৰ: নংএছ টি ডি ক্লিনিক ৰ নামজিলা
১ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হস্পিতেল, এছ টি ডি ক্লিনিকবৰপেটা
২বঙাইগাঁও অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকবঙাইগাঁও
৩ৰবিৰাম বড়ো অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকবাক্সা
৪শিলচৰ মেডিকেল কলেজ হস্পিতেল, এছ টি ডি ক্লিনিককাচাৰ
৫ঝলাৱ চৌৱা বসুমতাৰী মেমৰিয়েল অসামৰিক হস্পিতেল,চিৰাং
৬মঙলদৈ অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকদৰং
৭ধেমাজি অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকধেমাজি
৮ধুবুৰী অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকধুবুৰী
৯অসম মেডিকেল কলেজ হস্পিতেল, এছ টি ডি ক্লিনিকডিব্ৰুগড়
১০হাফলং অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকডিমাহাচাও
১১গোৱালপাৰা অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকগোৱালপাৰা
১২কে. কে. অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকগোলাঘাট
১৩হাইলাকান্দি অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকহাইলাকান্দি
১৪যোৰহাট মেডিকেল কলেজ হস্পিতেল, এছ টি ডি ক্লিনিকযোৰহাট
১৫গুৱাহাটী মেডিকেল কলেজ হস্পিতেল, এছ টি ডি ক্লিনিককামৰূপ 
  (মহানগৰ)
১৬তুলাৰাম বাফনা অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিককামৰূপ( গ্ৰাম্য)
১৭ডিফু অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিককাৰ্বি আলং
১৮কৰিমগঞ্জ অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিককৰিমগঞ্জ
১৯কোকৰাঝাৰ অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিককোকৰাঝাৰ
২০মৰিগাঁও অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকমৰিগাঁও
২১বি. পি অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকনগাঁও
২২শ্বহীদ মুকুন্দ কাকতি অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকনলবাৰী
২৩লক্ষীমপুৰ অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকলক্ষীমপুৰ
২৪শিৱসাগৰ অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকশিৱসাগৰ
২৫কনকলতা অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকশোণিতপুৰ
২৬তিনিচুকীয়া অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকতিনিচুকীয়া
২৭উদালগুৰি অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকওদালগুৰি