মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State AIDS Control Society

কামৰূপ জিলা এইডচ্ প্ৰতিৰোধ ও নিয়ন্ত্ৰণ ইউনিট

জিলা এইডচ্ প্ৰতিৰোধ ও নিয়ন্ত্ৰণ ইউনিট (ডি এ পি চি ইউ):

অসম ৰাজ্যিক এইডচ্ নিয়ন্ত্ৰণ সমিতিৰ কামৰূপ জিলাত এটা কৰ্মৰত ডি এ পি চি ইউ আছে আৰু এইটো প্ৰতিষ্ঠাপিত হৈছিল ২০১০ চনত । জিলাৰ অধীনত ডি এ পি চি ইউ গোটে আই চি টি চি, ব্লাড বেংক, এছ টি আই ক্লিনিক, টি আই এন জি ও, এ আৰ টি টেণ্টাৰ সমূহত নিয়মিত সহায়ক তত্বাৱধানমূলক পৰিদৰ্শন কৰে আৰু তেওঁলোকক প্ৰতিক্ৰিয়া প্ৰদান কৰে।