মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State AIDS Control Society

বিশেষ শিশু পৰিচৰ্য্যা গৃহ

  • ৰাজ্যত এইচ আই ভি দ্বাৰা প্ৰভাৱিত/সংক্ৰমিত অনাথ সকলৰ কাৰণে কস্তুৰী কেয়াৰ হোম নামৰ এটা বিশেষ কেয়াৰ হোম প্ৰতিষ্ঠা কৰা হৈছে। এই অনাথাশ্ৰমত বৰ্তমান ১৬ জন অনাথে বসবাস কৰি আছে।