মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State AIDS Control Society

অমি কি কৰো

  • অসম ৰাজ্যিক এইডচ্ নিয়ন্ত্ৰণ সমিতিয়ে ( এ এছ এ চি এছ) ৰাষ্ট্ৰীয় এইডচ্ নিয়ন্ত্ৰণ সংগঠন (নাক`)ৰ দ্বাৰা প্ৰদান কৰা নিৰ্দেশিকা সমূহৰ অধীনত কাৰ্য্য সম্পাদন কৰে। এ এছ এ চি এছৰ চূড়ান্ত লক্ষ্য হৈছে ৰাষ্ট্ৰীয় এইডচ্ নিয়ন্ত্ৰণ কাৰ্য্যক্ৰম ৰূপায়ন কৰা যাক সময়মতে সংশোধন কৰিব পৰা যায়। ২০২০ লৈকে এইচ আই ভিৰ সৈতে জীয়াই থকা সকলো ব্যক্তিৰ ৯০ % এ তেওঁলোকৰ এইচ আই ভি স্থিতিৰ বিষয়ে জানিব পাৰিব। ২০২০ লৈকে, ডায়`গন`জড্ এইচ আই ভি সংক্ৰমিত ব্যক্তি সকলৰ ৯০ % এ চাচ্টটেইণ্ড এণ্টিৰেট্ৰভাইৰেল থেৰাপী লাভ কৰিব। ২০২০ লৈকে, সকলো ব্যক্তিৰ ৯০ % ৰ ভাইৰেল দমনীয় হৈ থাকিব।