মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State AIDS Control Society

এছ টি আই ক্লিনিক

  • যৌন সংক্ৰামক সংক্ৰমণৰ কাৰণে চিকিৎসা ( এছ টি আই/আৰ টি আই) :

    এই সেৱাৰ অধীনত মনোনীত যৌন সংক্ৰামক সংক্ৰমণ ( এছ টি আই) প্ৰজননগত ট্ৰেক সংক্ৰমণ (আৰ টি আই) ক্লিনিক সমূহ চৰকাৰী চিকিৎসা মহাহিদ্যালয় আৰু অসামৰিক চিকিৎসালয় সমূহ স্থাপিত কৰা হয় যত ৰোগী সকললৈ বিনামূলীয়া চিকিৎসা আগবঢ়োৱা হয় দ্ৰুত ৰোগ নিৰ্ণায়ক হিচাবে আৰু এছ টি আই/আৰ টি আই কাৰ্য্যকৰী চিকিৎসাই এইচ আই ভি সংক্ৰমণক উল্লেখযোগ্য ভাৱে হ্ৰাস কৰিব পাৰে। এছ টি ডি ৰোগী সমূহো এইচ আই ভি সংক্ৰমণ অৰ্জন বা সংক্ৰমিত কৰাৰ কাৰণে আৰু বিপদযুক্ত। এন জি ও স্থাপিত প্ৰকল্প সমূহেও এইচ আৰ জি সমূহক এছ টি আই সেৱা প্ৰদান কৰে। বৰ্তমান ৰাজ্যত ২৮ টা ডি এছ আৰ চি য়ে কাম কৰি আছে।

    মনোনীত আৰ টি আই/এছ টি আই কেন্দ্ৰ সমূহৰ তালিকা:
    ক্ৰ: নংনামজিলা
    ১ফকৰুদ্দীন আলি আহমেদ মেডিকেল কলেজ হস্পিতেল, এছ টি ডি ক্লিনিকবৰপেটা
    ২বঙাইগাঁও অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকবঙাইগাঁও
    ৩ৰবিৰাম বৰো অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকবাস্কা
    ৪শিলচৰ মেডিকেল কলেজ হস্পিতেল, এছ টি ডি ক্লিনিককাচাৰ
    ৫ঝলাৱ চৌৱা বসুমতাৰী মেমৰিয়েল অসামৰিক হস্পিতেল,চিৰাং
    ৬মঙলদৈ অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকদৰং
    ৭ধেমাজি অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকধেমাজি
    ৮ধুবুৰী অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকধুবুৰী
    ৯অসম মেডিকেল কলেজ হস্পিতেল, এছ টি ডি ক্লিনিকডিব্ৰুগড়
    ১০হাফলং অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকডিমাহাচাও
    ১১গোৱালপাৰ অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকগোৱালপাৰা
    ১২কে. কে. অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকগোলাঘাট
    ১৩হাইলাকান্দি অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকহাইলাকান্দি
    ১৪যোৰহাট মেডিকেল কলেজ হস্পিতেল, এছ টি ডি ক্লিনিকযোৰহাট
    ১৫গুৱাহাটী মেডিকেল কলেজ হস্পিতেল, এছ টি ডি ক্লিনিককামৰূপ (মহানগৰ)
    ১৬মহেন্দ্ৰ মোহন চৌধুৰী অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিককামৰূপ (মহানগৰ)
    ১৭তুলাৰাম বাফনা অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিককামৰূপ ( গ্ৰাম্য)
    ১৮ডিফু অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিককাৰ্বিআলং
    ১৯কৰিমগঞ্জ অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিককৰিমগঞ্জ
    ২০কোকৰাঝাৰ অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিককোকৰাঝাৰ
    ২১মৰিগাঁও অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকমৰিগাঁও
    ২২বি. পি অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকনগাঁও
    ২৩শ্বহীদ মুকুন্দ কাকতি অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকনলবাৰী
    ২৪লক্ষীমপুৰ অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকলক্ষীমপুৰ
    ২৫শিৱসাগৰ অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকশিৱসাগৰ
    ২৬কনকলতা অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকশোনিতপুৰ
    ২৭তিনিচুকীয়া অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকতিনিচুকীয়া
    ২৮উদালগুৰি অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিকওদালগুৰি