আহানা পৰিযোজনা ভাৰতৰ নিৰ্বাচিত জিলা সমূহৰ সাৰ্বজনিক ক্ষেত্ৰত প্ৰচলিত হৈ থকা পি পি টি চি টি সেৱাসমূহক শক্তিশালী কৰিবৰ কাৰণে এখন নাগৰিক সমিতিৰ পদক্ষেপ। অন্তঃৰাষ্ট্ৰীয় যোজনা ( ভাৰত অধ্যায়)ক প্ৰমূখ প্ৰাপকৰ ৰূপত অক্টোবৰ ২০১৫ ৰ পৰা ডিচেম্বৰ ২০১৭ সময় কালত গ্ল`বেল ফাণ্ড গ্ৰাণ্টৰ অধীনত উপ-প্ৰাপকসকলৰ মাধ্যমেৰে ৰূপায়ন কৰা হৈছে। আহানাৰ অৰ্থ সূৰ্য্যৰ প্ৰথমটো কিৰণ। সেই কাৰণে ই নাক` ৰূপায়িত কাৰ্য্যক্ৰম সমূহক অতিৰিক্ত সহায় আগবঢ়োৱাৰ উদ্দেশ্যৰে সৈতে কাম কৰে। উঃ স্বঃ পিতৃ-মাতৃৰ পৰা শিশুলৈ সংক্ৰমিত এইচ আই ভি প্ৰতিৰোধন আৰু প্ৰাৰম্ভিক শিশু ৰোগ নিৰ্ণয় কাৰ্য্যক্ৰমৰ সফল ৰূপায়ন।
ৰাজ্যৰ চৈধ্যখন জিলাত ইমানুৱেল হস্পিতেল এছ`ছিয়েছন ( ই এইচ এ), এছ আৰৰ জৰিয়তে অসমত ভাৰত যোজনাই আহানা প্ৰজেক্টৰ ৰূপায়ন আৰম্ভ কৰিছিল। এইকেইখন হ`ল বাক্সা, ধুবুৰী, দৰং, ডিব্ৰুগড়, ডিমা হাছাও, কাৰ্বি-আংলং, কোকৰাঝাৰ, কৰিমগঞ্জ, হাইলাকান্দি, শিৱসাগৰ আৰু তিনিচুকীয়া, তেওঁলোকে নতুন এফ আই চি টি চি সমূহ পৰ্য্যবেক্ষণ, জনশক্তিৰ ক্ষমতা নিৰ্মাণ, এছ আই এম এছ প্ৰতিবেদন দাখিল আদিক কাৰ্য্যকৰী কৰাত সহায় কৰে।
Title | Size | Detail |
---|---|---|
আহানা প্ৰজেক্ট (প্লেন ইণ্ডিয়া)ৰ আঁচনি ৰূপায়ন | 169.17 KB |