মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State AIDS Control Society

কাৰ এইচ আই ভি পৰীক্ষাৰ প্ৰয়োজন

চেণ্টাৰ ফৰ ডিজীজে মত প্ৰকাশ কৰে যে ১৩ ৰ পৰা ৬৪ বছৰ বয়সৰ মাজৰ প্ৰত্যেকেই অন্ততঃ এবাৰ হ`লেও নিয়মিত স্বাস্থ্য পৰিচৰ্য্যা হিছাবে এইচ আই ভি পৰীক্ষা কৰিব লাগে। যুক্ত ৰাষ্ট্ৰৰ ৭ জন ব্যক্তিৰ ভিতৰত ১ জন ব্যক্তি যাৰ এইডচ্ আছে তেওঁ নাজানে যে তেওঁৰ এই ৰোগ আছে।