এই সেৱাৰ অধীনত চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু অসামৰিক চিকিৎসালয় সমূহত নিৰ্দিষ্ট যৌন সংক্ৰামক সংক্ৰমণ ( এছ টি আই)প্ৰজনন পথৰ সংক্ৰমণ (আৰ টি আই) ক্লিনিক (ডি এছ আৰ ডি) সমূহ প্ৰতিষ্ঠা কৰা হৈছিল য`ত ৰোগী সকলক প্ৰাথমিক পৰীক্ষা আৰু এইচ আই ভি সংক্ৰমণক উল্লেখনীয়ভাৱে হ্ৰাস কৰিব পৰা এছ টি আই/আৰ টি আইৰ কাৰ্য্যকৰী চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰা হয়। ইয়াৰোপৰি, এছ টি ডি ৰোগীসকল এইচ আই ভি সংক্ৰমণ আহৰণ বা সংক্ৰামিত কৰাত অধিক দুৰ্বল। এন জি ও স্থাপিত টি আই প্ৰকল্প সমূহেও এইচ আৰ জি সমূহলৈ এছ টি আই সেৱাসমূহ আগ বঢ়ায়। বৰ্তমান ৰাজ্যত ২৮ টা ডি এছ আৰ চিয়ে কাম কৰি আছে।
| ক্ৰ: নং | এছ টি ডি ক্লিনিক ৰ নাম | জিলা |
|---|---|---|
| ১ | ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হস্পিতেল, এছ টি ডি ক্লিনিক | বৰপেটা |
| ২ | বঙাইগাঁও অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিক | বঙাইগাঁও |
| ৩ | ৰবিৰাম বড়ো অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিক | বাক্সা |
| ৪ | শিলচৰ মেডিকেল কলেজ হস্পিতেল, এছ টি ডি ক্লিনিক | কাচাৰ |
| ৫ | ঝলাৱ চৌৱা বসুমতাৰী মেমৰিয়েল অসামৰিক হস্পিতেল, | চিৰাং |
| ৬ | মঙলদৈ অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিক | দৰং |
| ৭ | ধেমাজি অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিক | ধেমাজি |
| ৮ | ধুবুৰী অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিক | ধুবুৰী |
| ৯ | অসম মেডিকেল কলেজ হস্পিতেল, এছ টি ডি ক্লিনিক | ডিব্ৰুগড় |
| ১০ | হাফলং অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিক | ডিমাহাচাও |
| ১১ | গোৱালপাৰা অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিক | গোৱালপাৰা |
| ১২ | কে. কে. অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিক | গোলাঘাট |
| ১৩ | হাইলাকান্দি অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিক | হাইলাকান্দি |
| ১৪ | যোৰহাট মেডিকেল কলেজ হস্পিতেল, এছ টি ডি ক্লিনিক | যোৰহাট |
| ১৫ | গুৱাহাটী মেডিকেল কলেজ হস্পিতেল, এছ টি ডি ক্লিনিক | কামৰূপ |
| (মহানগৰ) | ||
| ১৬ | তুলাৰাম বাফনা অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিক | কামৰূপ( গ্ৰাম্য) |
| ১৭ | ডিফু অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিক | কাৰ্বি আলং |
| ১৮ | কৰিমগঞ্জ অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিক | কৰিমগঞ্জ |
| ১৯ | কোকৰাঝাৰ অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিক | কোকৰাঝাৰ |
| ২০ | মৰিগাঁও অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিক | মৰিগাঁও |
| ২১ | বি. পি অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিক | নগাঁও |
| ২২ | শ্বহীদ মুকুন্দ কাকতি অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিক | নলবাৰী |
| ২৩ | লক্ষীমপুৰ অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিক | লক্ষীমপুৰ |
| ২৪ | শিৱসাগৰ অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিক | শিৱসাগৰ |
| ২৫ | কনকলতা অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিক | শোণিতপুৰ |
| ২৬ | তিনিচুকীয়া অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিক | তিনিচুকীয়া |
| ২৭ | উদালগুৰি অসামৰিক হস্পিতেল, এছ টি ডি ক্লিনিক | ওদালগুৰি |