মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ Assam State AIDS Control Society

মোৰ এইচ আই ভি/এইডচ্ ৰ স্থিতি পৰীক্ষা কৰক

 

এইচ আই ভি স্থিতিৰ পৰীক্ষণৰ কাৰণে, কোনো ব্যক্তি চিকিৎসা মহাবিদ্যালয়, জিলা চিকিৎসালয়, পি এইচ চি, চি এইচ চি আৰু এফ আৰ ইউ ত অৱস্থিত আই চি টি চি কেন্দ্ৰসমূহলৈ যাব পাৰিব।