I am now accessing as a :

Government Of Assam Health & Family Welfare Assam State AIDS Control Society

এ আৰ টি অধীনৰ ৰোগী সকলৰ কাৰণে বিনামূলীয়া পৰিবহন আৰু পৰীক্ষাগাৰ অনুসন্ধান

  • ঔষধ সংগ্ৰহ কৰিবলৈ, নিয়মিত স্বাস্থ্য পৰীক্ষা আৰু আপাৎকালীন অৱস্থাত চিকিৎসালয়লৈ নিবৰ কাৰণে এ আৰ টি চি বা লিংক এ আৰ টি চেণ্টাৰ লৈ ( এন এ চি ) যাওঁতে অসমৰ পি এল এইচ আই ভি সমূহক পৰিবহন, স্বাস্থ্য পৰীক্ষা ও ঔষধৰ মূল্য ঘূৰাই দিয়া হয়।