I am now accessing as a :

Government Of Assam Health & Family Welfare Assam State AIDS Control Society

এইচ আই ভি পজিটিভ বিধৱা সকলৰ কাৰণে এক কালীন অনুগ্ৰহ ৰাশি অনুদান

  • এইচ আই ভি দুৰ্ভোগৰ দ্বাৰা সংক্ৰমিত আৰু প্ৰভাৱিত প্ৰত্যেক গৰাকী বিধৱাক এক লাখ টকা মূল্যৰ এক কালীন অনুগ্ৰহ ৰাশিৰ অনুদান আগবঢ়োৱা হৈছে। ইয়াৰ কাৰণে আবেদন পত্ৰ অসমৰ যি কোনো এ আৰ টি কেন্দ্ৰৰ পৰা সংগ্ৰহ কৰিব পাৰিব।