I am now accessing as a :

Government Of Assam Health & Family Welfare Assam State AIDS Control Society

আমি কোন

অসম ৰাজ্যিক এইডচ্ নিয়ন্ত্ৰণ সমিতি হৈছে ছ`ছাইটিজ ৰেজিষ্ট্ৰেচন এক্ট, ১৮৬০ ৰ অধীনত পঞ্জীয়ন কৃত এখন সমিতি যিয়ে অসম ৰাজ্যত ৰাষ্ট্ৰীয় এইডচ্ নিয়ন্ত্ৰণ কাৰ্য্যক্ৰম (এন এ চি পি )ৰ ৰূপায়নৰ কাৰণে ডমেষ্টিক বাজেটেৰী চাপ`ৰ্টৰ অধীনত ভাৰত চৰকাৰৰ পৰা পুঁজি লাভ কৰে।